২২ জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা । লাখ লাখ ভক্তৰ সমাগমত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হ'ব নীলাচলৰ বুকুত ।